ক্ৰীড়া

এছিয়ান গেম্ছত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি

এছিয়ান গেম্ছৰ দ্বিতীয় দিনা শ্বুটিং, ক্ৰিকেট আদিত ভাৰতীয় খেলুৱৈৰ সুপ্ৰদৰ্শনৰ ফলত ভাৰতে পদক তালিকাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতে পুৰুষৰ ১০ মিটাৰ...

বেটাৰৰ বাবে ত্ৰাস হৈ পৰিছে মহম্মদ ছিৰাজ

ICCৰ এদিনীয়া বলাৰৰ ৰেংকিঙৰ শীৰ্ষত ছিৰাজ ৮টাকৈ স্থান আগুৱাই 'বলিঙৰ কিং' ছিৰাজ এছিয়া কাপৰ ফাইনেলত ৬টাকৈ উইকেট দখল কৰি সিংহলী বাহিনীক বিধ্বস্ত কৰা মহম্মদ ছিৰাজ এতিয়া...

জি ভি মাভালংকাৰ শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ শৌৰ্য শৰ্মাৰ ব্ৰঞ্জৰ পদক অৰ্জন

২০২৩ চনৰ ৯ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ পশ্চিমবংগৰ আছানছলত অনুষ্ঠিত সদ্যসমাপ্ত ৩২ সংখ্যক অল ইণ্ডিয়া জি ভি মাভালংকাৰ শ্বুটিং চেম্পিয়নশ্বিপৰ ২৫ মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টল...

দক্ষিণ আফ্ৰিকাৰ ৰানৰ বন্যাত উটি-ভাঁহি গ’ল কেংগেৰু বাহিনী

অষ্ট্রেলিয়া-দক্ষিণ আফ্রিকাৰ এদিনীয়া খেলত অভিলেখৰ উপৰি অভিলেখদক্ষিণ আফ্রিকাৰ ৰানৰ পাহাৰ, ৫০ অ’ভাৰত কৰিলে ৫ উইকেটত ৪১৬ ৰানদলৰ হৈ হেনৰিখ ক্লাছেনৰ ৮৩ বলত ১৭৪ ৰানডেভিদ...

এছিয়া কাপৰ ফাইনেলত ভাৰত

এছিয়া কাপৰ ফাইনেলত ভাৰতপাকিস্তানৰ পিছত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতেচাপত পৰাৰ পিছতো ৪১ ৰানত জয় সাব্যস্ত টীম ইণ্ডিয়াৰপাকিস্তানৰ বিৰুদ্ধে বেটিং বিক্ৰমৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে দুৰ্বল...

Popular