ক্ৰীড়া

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ উদ্বেগৰ সৃষ্টি হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হায়দৰাবাদত অনুষ্ঠিত চতুৰ্থখন টি-২০ মেচৰ সময়ত বলিং কৰা কান্ধত...

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰি ইতিহাস গঢ়িছে। পঞ্চমবাৰৰ বাবে এই বঁটা লাভ...

এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত উজলিল গুৱাহাটীৰ জীয়ৰী; এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত গুৱাহাটীৰ হিমন্তা বৰবৰাৰ ৰূপৰ পদক

বাংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি সাফল্য অৰ্জন কৰিছে গুৱাহাটীৰ সাঁতোৰবিদ হিমন্তা বৰবৰাই। প্ৰতিযোগিতাখনৰ মহিলাৰ ৪০–৪৪...

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ লক্ষ্যৰে পুনৰ অনুষ্ঠিত হ’ব ‘খেল মহাৰণ ৩.০’। ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা এই তৃতীয় সংস্কৰণ ৭...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় Asian Masters Swimming Championships-2026ত তিনিটাকৈ পদক অৰ্জন কৰি...

Popular