ক্ৰীড়া

ফ্রেন্স অ’পেন বেডমিণ্টনত ভাৰতৰ চমক

ফ্রেন্স অ’পেন বেডমিণ্টনত ভাৰতৰ চমক। প্ৰতিযোগিতাৰ পুৰুষ ডাবলছত ভাৰতৰ জয়। সত্বিকছৈৰাজ আৰু চিৰাগ ছেট্টীয়ে জয় কৰিলে এই খিতাপ। যুটীটোৱে দ্বিতীয়বাৰলৈ জয় কৰিলে পুৰুষৰ এই...

৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

এবছৰৰ ভিতৰত ২ বিশ্ব চেম্পিয়নক হৰুৱাই চমক গ্রেণ্ডমাষ্টাৰ ডি গুকেশৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে ‘জাৰ্মানী চেছ চেলেঞ্জ’ত এই অঘটন ভাৰতীয় গ্রেণ্ডমাষ্টাৰজনৰ নৰৱেৰ...

কিয় ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা নেখেলে বিৰাট কোহলিয়ে

কেৱল ৩য় টেষ্টতে নহয়, শৃংখলাই নেখেলে বিৰাট কোহলিয়ে১১৩খন টেষ্ট খেলা কোহলিৰ প্রথমবাৰলৈ শৃংখলাত অনুপস্থিতব্যক্তিগত কাৰণৰ বাবে টেষ্ট শৃংখলা নেখেলে কোহলিয়েআঘাতেৰে জৰ্জৰিত ভাৰতীয় ক্ৰিকেট দলআঘাতৰ...

খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছে খেলুৱৈসকলৰ প্রতিভা বিকশাই তুলিবলৈ সক্ষম হ’বঃ মুখ্যমন্ত্রী

খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছ ২০২৩ অষ্টলক্ষ্মীৰ ল'গ', সংগীত, মেছকট, জার্চি আৰু অগ্নিশিখাৰ শুভ উন্মোচন মুখ্যমন্ত্ৰীৰ এই প্রতিযোগিতাৰ জৰিয়তে খেলুৱৈসকলে ক্রীড়া প্রতিভা বিকশাই তুলিবলৈ সক্ষম হ'বঃ...

বন্ধুত্বমূলক ক্ৰিকেট: তিতাবৰ সাংবাদিক একাদশৰ ১০ উইকেটত জয়লাভ

তিতাবৰৰ চৈকটা মাজগাঁৱৰ প্ৰয়াত বিশ্বজিৎ বণিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা সোঁৱৰণি ক্ষেত্ৰত স্থানীয় ৰেইনব' ক্ৰীড়া সন্থাই আয়োজন কৰা দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ লগত সংগতি...

Popular