ক্ৰীড়া

টেনিছ জীৱনৰ শেষ প্ৰান্ততো উজলি উঠিছে ৰোহণ বোপান্না

টেনিছ জীৱনৰ শেষ প্ৰান্ততো উজলি উঠিছে ৰোহণ বোপান্নাঅষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ সৈতে যুটি বান্ধি মিয়ামি অপেন টেনিছত চেম্পিয়নফাইনেলত বোপান্না-এবডেন যুটীয়ে হৰুৱালে ইভান ড’ভিগ-অষ্টিন ক্ৰাইছেক যুটীক১...

অসমত আফগানিস্তান ফুটবল দলৰ অথন্তৰ

বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে গুৱাহাটীলৈ আহি প্ৰথম দিনাই অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ল আফগানিস্তান ফুটবল দল। পল্টনবজাৰৰ ছাই চেণ্টাৰত শনিবাৰে সন্ধিয়া অনুশীলন কৰিবলৈ...

চেন্নাই ছুপাৰ কিংছক নতুন দিগন্ত দিবলৈ সাজু ৰুতুৰাজ

CSKত অন্ত পৰিল এম এছ ধোনীৰ যুগচেন্নাই ছুপাৰ কিংছক নতুন দিগন্ত দিবলৈ সাজু ৰুতুৰাজনতুন অধিনায়ক ৰূপে চেন্নাইক নেতৃত্ব দিব ৰুতুৰাজ গায়কোৱাডে চেন্নাই ছুপাৰ কিংছ মানেই...

গুৱাহাটীত দুখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ আজি এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ...

১৮ মাৰ্চৰ পৰা নাগালেণ্ডত তৃতীয় নৰ্থ ইষ্ট গেমছ

অহা ১৮-২৩ মাৰ্চলৈ নাগালেণ্ডত অনুষ্ঠিত হ’ব তৃতীয় উত্তৰ পূৱ ক্ৰীড়া৷ নাগালেণ্ড চৰকাৰৰ সহযোগত নাগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত উত্তৰ পূৱৰ আঠ ৰাজ্যৰ...

Popular