ক্ৰীড়া

এছিয়ান গেমছত অন্তৰ্ভুক্ত হোৱাৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ

এছিয়ান গেমছত অন্তৰ্ভুক্ত হোৱাৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ বিশ্বৰ লগতে ভাৰততো সম্প্ৰতি ই-স্প’ৰ্টছৰ জনপ্ৰিয়তা দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে৷ বিগত বৰ্ষত চীনত হোৱা এছিয়ান গেমছত...

আৰম্ভ হ’ল ইউৰো কাপ ২০২৪, শক্তিশালী জাৰ্মানীৰ হাতত পৰাস্ত স্কটলেণ্ড

আৰম্ভ হ’ল ইউৰো কাপ ২০২৪উদ্বোধনী মেচত ঘৰুৱা দল জাৰ্মানীৰ চমকশক্তিশালী জাৰ্মানীৰ হাতত পৰাস্ত স্কটলেণ্ডশনিবাৰে অনুষ্ঠিত হ'ব ৩খনকৈ গুৰুত্বপূৰ্ণ মেচ আকৌ ঘূৰি আহিল এই সময়। মাজনিশা...

মহাতাৰকাৰে ভৰপূৰ ফুটবল ৰণৰ বাবে সাজু ইউৰোপ

মহাতাৰকাৰে ভৰপূৰ ফুটবল ৰণৰ বাবে সাজু ইউৰোপআজিৰে পৰা জাৰ্মানীত ইউৰো কাপ ২০২৪দুভৰিৰ যুঁজৰ বাবে সাজু এমবাপে, ৰ’নাল্ডো ফুটবল মানেই যেন ইউৰোপ, ইউৰোপ মানেই যেন ফুটবল।...

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জন

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জনআমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ T-20 বিশ্বকাপউদ্বোধনী মেচত আমেৰিকাৰ হাতত বিধ্বস্ত কানাডা লেব্ৰন জেমছ, মাইকেল জৰ্ডান, উইলি মেছ, বেৰী বণ্ডছ। এইসকল খেলুৱৈ যেন যুক্তৰাষ্ট্ৰৰত...

ভাৰতৰ হৈ খেলিব অসম তনয়াই

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব উমা ছেত্ৰীয়েতিনিওটা ফৰ্মেটৰ বাবে ভাৰতীয় দল ঘোষণা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আইডিএফচি ফাৰ্ষ্ট বেংক ছিৰিজৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা। বৃহস্পতিবাৰে...

Popular