ক্ৰীড়া

বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ

বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰখোলা বাছত ট্ৰফী লৈ খেলুৱৈৰ পেৰেড হোৱা নাইকোনো বিজয়োৎসৱো পালন কৰা নাই ক্ৰিকেট অষ্ট্ৰেলিয়াইভাৰতৰ বাবেই স্থগিত হৈ...

আপোনাৰ সন্তানৰ ক্ৰিকেটাৰ হোৱাৰ মন আছে নেকি?

আপোনাৰ সন্তানৰ ক্ৰিকেটাৰ হোৱাৰ মন আছে নেকি?IPL, ভাৰতীয় দলত খেলাৰ সপোন দেখিছে নেকি আপোনাৰ সন্তানে?অসম ক্ৰিকেট সন্থাৰ প্ৰচেষ্টাই উদীয়মান খেলুৱৈৰ সপোন কৰিব সঁচা! বৰ্তমান অসম...

২০২৬ৰ বিশ্বকাপ ফুটবলত নাথাকিব পাৰে ব্রাজিল

২০২৬ৰ বিশ্বকাপ ফুটবলত নাথাকিব পাৰে ব্রাজিল ফিফাই পইণ্ট কৰ্তন কৰিলে ব্রাজিলে হেৰুৱাব যোগ্যতা বিশ্বকাপত ৫ বাৰৰ চেম্পিয়ন ব্রাজিল দল আৰ্জেণ্টিনাৰ বিৰুদ্ধে যোগ্যতা নিৰ্ণয়কাৰী খেলত অশান্তিৰ পাছতে কঠোৰ...

বিশ্বকাপ ফুটবলক লৈ দক্ষিণ আমেৰিকাত দেশে দেশে সংঘাত

ফুটবল পাগল দক্ষিণ আমেৰিকায’ত ফুটবল হৈছে এক জীৱনশৈলীবিশ্বকাপ ফুটবলক লৈ দক্ষিণ আমেৰিকাত দেশে দেশে সংঘাত৪খন দেশৰ মাজত দুখন খেল পৰিণত হ’ল ৰণক্ষেত্রলৈএখন দেশৰ দলটোকে...

কোনে ল’ব দ্রাৱিড়ৰ স্থানত টীম ইণ্ডিয়াৰ প্রশিক্ষণৰ দায়িত্ব?

টীম ইণ্ডিয়াৰ প্রশিক্ষক পদৰ পৰা ৰাহুল দ্ৰাৱিড়ৰ বিদায়!ক’চ হিচাপে বিশ্বকাপৰ ফাইনেলে আছিল তেওঁৰ অন্তিম খেলবিশ্বকাপলৈ টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে আছিল দ্রাৱিড়ৰ চুক্তিসেই পদবী অব্যাহত...

Popular