ক্ৰীড়া

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্নামেণ্টৰ (China Masters 2026) পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। শনিবাৰে...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ প্ৰিয় ফুটবলাৰৰ তালিকাত কোনো আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ নাম নলৈ ভাৰতীয় ফুটবলৰ উদীয়মান প্ৰতিভাসকলক বাছি লৈছে। তেওঁৰ...

ভাৰত-পাকিস্তানৰ মেচত ‘আমি এখোজ আগত’—Asia Cupৰ পূৰ্বে দীপ্তি শৰ্মাৰ স্পষ্ট বাৰ্তা

ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু পাকিস্তানৰ মাজৰ বহু চৰ্চিত মেচৰ পূৰ্বে আত্মবিশ্বাসী মন্তব্য কৰিছে ভাৰতীয় অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই। শনিবাৰে Women’s Asia Cupত মুখামুখি হ’বলগীয়া...

বুমৰাহৰ ফিটনেছক লৈ উৎকণ্ঠা, বিকল্প হিচাপে নিৰ্বাচকৰ নজৰত কোন?

আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া T-20 আন্তঃৰাষ্ট্ৰীয় ছিৰিজৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট মহলৰ মূল আলোচনাৰ বিষয় হৈ পৰিছে যশপ্ৰীত বুমৰাহৰ ফিটনেছ। বুমৰাহৰ শাৰীৰিক অৱস্থাৰ প্ৰতিবেদনলৈ অধীৰ...

হিটমেনক লৈ জল্পনা বন্ধ কৰক! BCCIৰ সচিবৰ আহ্বান

ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন নিদিবলৈ আহ্বান জনাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সচিব দেৱজিৎ শইকীয়াই। ৰোহিত বৰ্তমানো সুন্দৰ প্ৰদৰ্শন...

Popular