মুখ্যমন্ত্ৰীলৈ ভগৱান বিষ্ণুৰ অনন্ত শয্যা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা বিশেষ উপহাৰ নলবাৰীৰ দীপক ৰাজবংশী নামৰ এজন শিল্পীৰ৷ ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিব ভগৱান বিষ্ণুৰ অনন্ত শয্যা৷ সেয়ে ভগৱান বিষ্ণুৰ অনন্ত শয্যাৰ আৰ্হি সাজি উলিয়াইছে শিল্পীগৰাকীয়ে৷ কাঠৰ গুৰি,প্লাই আৰু আঠাজাতীয় সামগ্ৰীৰ সহায়ত সাজি উলিয়াইছে ভগৱান বিষ্ণুৰ এই বিশেষ অনন্ত শয্যাখন৷ প্ৰায় এমাহ ধৰি সাজি থকা অনন্ত শয্যাখনত খৰচ হৈছে প্ৰায় ৫০ হাজাৰ টকা৷ এতিয়াও কিছু কাম বাকী থকা ভগৱান বিষ্ণুৰ অনন্ত শয্যাখন ১৫ আগষ্টত মুখ্যমন্ত্ৰীক নিজ হাতে প্ৰদান কৰাৰ ইচ্ছা দীপক ৰাজবংশীৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...