শিলচৰত নিশা গুলীচালনাৰ ঘটনা

শিলচৰত নিশা গুলীচালনাৰ ঘটনা
নাজিব হুছেইন বৰভূঞালৈ লক্ষ্য কৰি গুলীচালনা
শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা
ভূমি সমস্যাক লৈ সংঘটিত হয় গুলীচালনাৰ ঘটনা
আলা উদ্দিন লস্কৰ আৰু নাজিম উদ্দিন লস্কৰৰ মাজত সংঘাত
নাজিব হুছেইন বৰভূঞাও উপস্থিত আছিল ঘটনাস্থলীত
দুয়োকে বুজোৱাৰ চেষ্টা চলাইছিল নাজিব হুছেইন বৰভূঞাই
ইয়াৰ মাজতে দুৰ্বৃত্তই গুলীচালনা কৰে তিনিওজনলৈ লক্ষ্য কৰি
এই ঘটনাত হাতত গুলী লাগে নাজিব হুছেইন বৰভূঞাৰ
নাজিম উদ্দিন লস্কৰৰো কঁকালত গুলী লাগিছে
দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্থানীয় লোকে

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...