AIUDFৰে সম্পৰ্ক ভঙাটো কংগ্ৰেছৰ শক্তিশালী সিদ্ধান্ত : অখিল গগৈ

মঙলবাৰে দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুকুল ৱাছনিকক সাক্ষাৎ কৰে অখিল গগৈয়ে। তেওঁ উল্লেখ কৰে যে, বিধায়ক হোৱাৰ পিছত প্ৰথমবাৰলৈ দিল্লীলৈ যোৱাৰ আপাহতেই তেওঁ বহুকেইটা ৰাজনৈতিক দলৰ নেতৃবৰ্গক সাক্ষাৎ কৰিছে। মূলতঃ বিজেপিক উৎখাত কৰিবলৈ কেনেদৰে ৰণনীতি অব্যাহত ৰখা উচিত সেই উদ্দেশ্যেই এইসমূহ পৰ্যালোচনা বুলি তেওঁ উল্লেখ কৰে।

‘বিধায়ক হোৱাৰ পিছত প্ৰথমবাৰলৈ দিল্লীলৈ আহিছোঁ’
‘সেয়ে বহু ৰাজনৈতিক দলৰ সৈতে আলোচনাত বহিছোঁ’
‘২৪ত বিজেপিক উৎখাত কৰাটো মূল লক্ষ্য’
উপ-নিৰ্বাচনক লৈও আলোচনা
‘AIUDFৰে সম্পৰ্ক ভঙাটো কংগ্ৰেছৰ শক্তিশালী সিদ্ধান্ত’
কংগ্ৰেছলৈ শুভকামনা জনালে অখিল গগৈয়ে
প্ৰশান্ত কিশোৰ আৰু যোগেন্দ্ৰ যাদৱকো সাক্ষাৎ গগৈৰ

NKTV Digital
Author: NKTV Digital

286 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...