কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ আক্ৰান্ত ক’ভিডত

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ ক’ভিডত আক্ৰান্ত। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ৯২ বছৰীয়া কোকিলকণ্ঠী গায়িকা গৰাকীক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গায়িকাগৰাকীৰ বয়সলৈ লক্ষ্য ৰাখি চিকিৎসকে তেওঁক হাস্পতালৰ IUCত ভৰ্তি কৰায়। অৱশ্যে লতা মংগেশকাৰৰ দেহত ক’ভিডৰ সামান্য লক্ষণহে দেখা পোৱা গৈছে বুলি ভতিজা ৰাস্নাই সংবাদমাধ্যমক জানিবলৈ দিয়ে। ২০১৯ চনৰ নৱেম্বৰতো বুকুৰ বিষত আক্ৰান্ত হোৱা ভাৰতৰত্ন লতা মংগেশকাৰক চিকিৎসাধীন কৰোৱা হৈছিল। দেশজুৰি কোকিলকণ্ঠী গায়িকাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...