জুবিন গাৰ্গৰ মৃত‍্যুৰ প্ৰাথমিক তদন্তত অপৰাধমূলক ষড়যন্ত্ৰ নস‍্যাৎ ছিংগাপুৰ আৰক্ষীৰ

জুবিন গাৰ্গৰ ৰহস‍্যজনক মৃত‍্যু সন্দৰ্ভত বিবৃতি জাৰি ছিংগাপুৰ আৰক্ষীৰ
জুবিন গাৰ্গৰ মৃত‍্যুৰ প্ৰাথমিক তদন্তত অপৰাধমূলক ষড়যন্ত্ৰ নস‍্যাৎ ছিংগাপুৰ আৰক্ষীৰ
জুবিনৰ মৃত‍্যুক লৈ ভুৱা তথ‍্য বিয়পি থকা বুলি ক’লে ছিংগাপুৰ আৰক্ষীয়ে
কিন্তু ঘটনাক লৈ বিস্তৃত তদন্ত অব‍্যাহত ৰাখিছে ছিংগাপুৰৰ আৰক্ষীয়ে
তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু ৩ মাহ সময়ৰ প্ৰয়োজন হ’ব পাৰে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে
ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ হাতত জুবিনৰ প্ৰথমটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাৰ কথাও উল্লেখ বিবৃতিটোত
ছিংগাপুৰ আৰক্ষীৰ ৱেবছাইটতে উপলব্ধ এই বিবৃতি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...