শৃংখল চলিহাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

জে’লৰ পৰা ওলাওঁতেই পুনৰ গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। ব্যৱসায়ীৰ মুখলৈ থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰিছিল শৃংখলে। কিন্তু বুধবাৰে জে’লৰ পৰা ওলাওঁতেই অতিৰিক্ত দণ্ডাধীশৰ উপস্থিতিত পুনৰ গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা। শৃংখল চলিহাক গ্ৰেপ্তাৰৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই গ্ৰেপ্তাৰক চক্ৰান্তমূলক আখ্যাৰে  শিৱসাগৰ অচল কৰি দিয়াৰ হুংকাৰ দল–সংগঠনৰ।

শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ

জে’লৰ পৰা ওলাওঁতেই ভৰাই দিয়া হ’ল জে’লত

শৃংখল চলিহাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

NSAৰ অধীনত গ্ৰেপ্তাৰ শৃংখলক

শিৱসাগৰ জিলা দণ্ডাধীশৰ নিৰ্দেশত এই গ্ৰেপ্তাৰ

‘বহিৰাগত বণিয়াৰ পকেটত সোমোৱা চৰকাৰে হত্যা কৰিছে গণতন্ত্ৰৰ’

মঙলবাৰে জামিন লাভ কৰিছিল শৃংখলে

বাৰম্বাৰ আইন অমান্য কৰাৰ বাবে NSAৰ গোচৰ

সংবিধান, আইনক সন্মান নকৰাৰ অভিযোগ

পূৰ্বেও বহু থানাত আছে শৃংখলৰ বিৰুদ্ধে গোচৰ

‘এই গ্ৰেপ্তাৰ পৰিকল্পিত ষড়যন্ত্ৰ’

এনে ষড়যন্ত্ৰ আঁতৰাবলৈ শিৱসাগৰ অচল কৰি দিয়াৰ হুংকাৰ

AJYCPৰ নেতাক চৰিওৱা অনা-অসমীয়া ব্যৱসায়ী মুক্ত জামিনত

তেনে সময়তে শৃংখল চলিহাক NSAত গ্ৰেপ্তাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...