টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ

পুনৰ শিক্ষাৰ্থীৰ হাতত অস্ত্ৰ। টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ। পিষ্টল লৈ নৱম শ্ৰেণীৰ ছাত্ৰক ভাবুকি মেট্ৰিকত অৱতীৰ্ণ ছাত্ৰৰ। কাকজানৰ জনশূন্য পথত এই ঘটনা। পিষ্টলধাৰী ছাত্ৰৰ মুখত অশ্লীল গালি। ঘটনাৰ পিছতে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ছাত্ৰৰ পৰিয়াল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...