হায় জীৱশ্ৰেষ্ঠ! এজনী কুকুৰক নিৰ্মমভাৱে ছুৰিকাঘাত কৰি হত্যা

ৰাজ্যত পুনৰ সংঘটিত হৈছে কুকুৰ বধৰ ঘটনা। ডুমডুমাৰ ৰূপাইত মানৱৰূপী দানৱৰ নৃশংস কাণ্ড৷ এজনী কুকুৰক নিৰ্মমভাৱে ছুৰিকাঘাত কৰি হত্যা কৰিলে এটা মানৱৰূপী দানৱে। কুকুৰজনী হত্যা কৰিলে মহম্মদ চাহিদ আলি নামৰ লোকজনে। সোমবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই ঘটনা৷ ঘটনাৰ পাছতে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ৷ পৰৱৰ্তী সময়ত মহম্মদ চাহিদ আলিক গ্ৰেপ্তাৰ কৰে ডুমডুমা আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...