প্ৰেম-বিচ্ছেদৰ বাবেই সংঘটিত হ’ল নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ড

নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক অমল সৰকাৰক গ্ৰেপ্তাৰ। অমলক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য। প্ৰেম-বিচ্ছেদৰ বাবেই সংঘটিত হ’ল নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ড! অনুপম সূত্ৰধৰক হত্যা কৰিছিল অমল সৰকাৰে। প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰে হত্যা কৰিছিল গুণধৰ সৰকাৰৰ পৰিয়ালৰ ৩ সদস্যক। গুণধৰ সৰকাৰ, পত্নী-সৰু জীয়ৰীক হত্যা কৰিছিল অনুপম সূত্ৰধৰে। চিঞৰ-বাখৰ শুনা পাই ঘটনাস্থলীলৈ গৈছিল গুণধৰ সৰকাৰৰ ভতিজাক অমল ওৰফে বাবুল সৰকাৰ। পৰৱৰ্তী সময়ত একেখন দাৰেই অমল সৰকাৰে হত্যা কৰিছিল অনুপম সূত্ৰধৰক। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে দুটা গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...