জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানী অসুস্থ

প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী অসুস্থ। শাৰীৰিক অসুস্থতাৰ বাবে তেখেতক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বাৰ্ধক্যজনিত সমস্যাৰ বাবে তেখেতক এইমছত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে ৯৬বছৰীয়া জ্যেষ্ঠ বিজেপি নেতাজনে বিগত দিনসমূহত স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। যাৰ বাবে ঘৰতে তেওঁক চিকিৎসক চিকিৎসা আগবঢ়ায়। কিন্তু বুধবাৰে বিয়লিৰ ভাগত তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে তেওঁক এইমছলৈ লৈ যোৱা হয়। অৱশ্যে বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই। চিকিৎসকে জনোৱা অনুসৰি, বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...