অব্যাহত মুষলধাৰ বৰষুণ, ভূমিস্খলনত মৃত্যু ১৪জনৰ

চুবুৰীয়া দেশ নেপালত অব্যাহত আছে মুষলধাৰ বৰষুণ। বৰষুণৰ ফলত ঠায়ে ঠায়ে বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা। দেশখনৰ বহু ঠাইত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা। বিচ্ছিন্ন হৈছে বিজুলী, খোৱাপানী, খাদ্যৰ অভাৱত ভুগিছে বহুলোক। আনফালে এই ভূমিস্খলনত বৰ্তমানলৈকে মৃত্যু হৈছে ১৪জনকৈ লোকৰ। বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...