- পুনৰ নগাঁও-কাছাৰ কলৰ নিলামৰ নিবিদা
- ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰাৰ কথা আছিল কাগজ কল
- দুইটা কাগজ কল আৰু সকলো সা-সম্পত্তিৰ বিক্ৰীৰ জাননী
- কাগজ নিগমৰ লিকুইডেটৰ কুলদীপ বাৰ্মাৰ বিজ্ঞাপন
- পূৰ্বতকৈ হ্ৰাস কৰিছে কাগজ কল নিলামৰ মূল্য
- ৭০০ কোটি টকাত দুটা কল আৰু মাটি বিক্ৰীৰ জাননী
- গুৱাহাটীৰ দুটা ফ্লেট বিক্ৰীৰ বাবে জাননী
- ৫২ লাখকৈ ধাৰ্য কৰা হৈছে ফ্লেটৰ মূল্য
- মুম্বাইত এটা ফ্লেট বিক্ৰীৰ বাবেও জাননী
- ১.১০ কোটি টকা ধাৰ্য কৰা হৈছে ফ্লেটৰ মূল্য
- কলকাতাত হাউছিং কলনী বিক্ৰীৰ বাবেও জাননী
- ৫৮.৫০ কোটি টকা ধাৰ্য কৰা হৈছে হাউছিং কলনীৰ মূল্য
- দিল্লীত কাৰ্যালয় বিক্ৰী কৰাৰো জাননী
- ১০.২১ কোটি টকা ধাৰ্য কৰা হৈছে কাৰ্যালয়ৰ মূল্য
- ১ কোটি ১৩ লাখ ৬২ হাজাৰ শ্বেয়াৰ বিক্ৰীৰো জাননী
- নাগালেণ্ডৰ কোম্পানীৰ শ্বেয়াৰৰ বাবদ ১৫.৩৩ কোটি টকা ধাৰ্য
- অসম চৰকাৰে কাগজ কল ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল
- অসম চৰকাৰে কৰ্মচাৰী বিষয়াৰ বকেয়া আদায়ৰো ব্যৱস্থা কৰিছে
- অসম চৰকাৰে কাগজ কলৰ বাকী ধনো পৰিশোধৰ ব্যৱস্থা কৰিছে
- ইয়াৰ মাজতে বাতৰি কাকতত প্ৰকাশ পালে মুকলি নিবিদা জাননী