বজালীৰ পাটাছাৰকুছিৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

বজালীৰ পাটাছাৰকুছিৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ডিভাইডাৰত খুন্দা দ্ৰুতবেগী টাটা ছুম’ৰ। ছিকিমৰ পৰা গুৱাহাটী অভিমুখি SK01J2345 নম্বৰৰ টাটা ছুম’ দুৰ্ঘটনাগ্ৰস্ত। ছিকিম CBSE ব’ৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহী কঢ়িয়াই আনিছিল গাড়ীখনে। দুৰ্ঘটনাত থিতাতে নিহত ছিকিম CBSE পৰীক্ষা ব’ৰ্ডৰ শীৰ্ষ বিষয়া পদ্ম বাহাদুৰ গিৰি। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালক ৰুদ্ৰ চুব্বা। বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়ত চিকিৎসাধীন ৰুদ্ৰ চুব্বা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...