আজি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’‍ব লাগিব ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া

আজি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’‍ব লাগিব ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া। X হেণ্ডেলযোগে আৰক্ষীক সহযোগিতাৰ কথা উল্লেখ ৰণবীৰৰ। পিতৃ–মাতৃক লৈ কৰা অশোভনীয় মন্তব্যৰ বাবে অনুতপ্ত ৰণবীৰ। সকলোৰে ওচৰত ক্ষমা বিচাৰিছে ইউটিউবাৰজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত...