- সোণালী সূতাৰ দেশ অসম
- অসমীয়া শিপিনীয়ে তাঁতত সপোন ৰচে
- মহিলা সবলীকৰণত ৰেচম শিল্পৰ গুৰুত্ব অপৰিসীম
- এৰী-মুগা বয়ন শিল্পৰে আপুনি হ’ব পাৰে আত্মনিৰ্ভৰশীল
- এৰী-মুগা সূতা কটা বয়ন শিল্পৰে আত্মনিৰ্ভৰশীল…
- তেতেলিয়া আৰু মির্জাৰ দুগৰাকী মহিলা
- হীৰামণি কুমাই আৰু প্ৰমীলা দাসৰ কাৰ্যই আপোনাক কৰিব মুগ্ধ
- দুয়ো মুগা-এৰী সূতা কাটি বয়ন শিল্পৰে বহুতক দিছে সংস্থাপন
- এই দুগৰাকী নাৰীৰ জীৱন সংগ্রামৰ কাহিনী