আঞ্চলিক

অসম চৰকাৰে শিক্ষকসকলৰ বাবে মঞ্জুৰ কৰিব বিশেষ ১২ দিনীয়া ছুটি

অসম চৰকাৰে শিক্ষকসকলৰ বাবে মঞ্জুৰ কৰিব বিশেষ ১২ দিনীয়া ছুটি। এই বিশেষ ছুটি দিব ১০দিনীয়া বিপশ্যনা সাধনা শিবিৰত অংশগ্ৰহণ কৰিবলৈ। এখন সুস্থ, সবল, শান্তি সম্প্ৰীতিপূৰ্ণ...

উৰ্পদ বিল পৰিদৰ্শনৰ লগতে মিছন বসুন্ধৰা সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

গোৱালপাৰা জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ৰাংচাপাৰাত পৰিৱেশ অনুকূল জলসিঞ্চন প্ৰণালী পৰ্যবেক্ষণ, উৰ্পদ বিল পৰিদৰ্শনৰ লগতে মিছন বসুন্ধৰা সম্পৰ্কীয়...

জঘন্য কাণ্ডই কলংকিত কৰিলে অসমৰ মানচেষ্টাৰখ্যাত শুৱালকুছিক

এক জঘন্য কাণ্ডই কলংকিত কৰিলে অসমৰ মানচেষ্টাৰ খ্যাত শুৱালকুছি। সমনীয়াৰ সৈতে ফুৰিবলৈ যোৱাৰ সময়তে এগৰাকী ১১ বছৰীয়া স্কুলীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ। চোকা অস্ত্ৰ দেখুৱাই...

ঘৰত এমহীয়া সন্তান এৰি আলফা (স্বাঃ)লৈ মৰাণৰ যুৱক

ঘৰৰ একমাত্ৰ ল’ৰা আছিল পলাশ কোঁৱৰ। পৰিয়াল বুলিবলৈ মাক-দেউতাক, পত্নী আৰু ২ কণমানি সন্তান। ঘৰৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব পলাশৰ ওপৰতে আছিল। তাৰ পিছতো পৰিয়ালটোৰ...

দ্য আছাম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

দ্য আছাম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত মুখ্যমন্ত্ৰীৰ অংশগ্রহণসমাৱৰ্তনত ১,১৯৭ গৰাকীলৈ ডিগ্রী প্ৰদানআৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই পূর্ণ মানুহ হোৱাৰ সপোন দেখিবলৈ বিদ্যাৰ্থীসকলক আহ্বান মুখ্যমন্ত্ৰীৰ উপ-ৰাষ্ট্রপতি...

Popular