আঞ্চলিক

যৌনকৰ্মীক খাদ্য যোগানৰ নামত ব্যয় লাখে লাখে টকা

অসমত নিষিদ্ধ দেহব্যৱসায়ক মঙলদৈত বৈধতা প্ৰদান!ক’ভিড কালত যৌন কৰ্মীক ভৰণ-পোষণ জিলা প্ৰশাসনৰযৌনকৰ্মীক খাদ্য যোগানৰ নামত ব্যয় লাখে লাখে টকাজিলা প্ৰশাসনৰ তথ্যতে উন্মোচিত উদ্বেগজনক তথ্যদৰং...

ছৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত ছন্দত অসম সন্তান ৰিয়ান পৰাগ

দুৰ্দান্ত ছন্দত অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। চলিত চৈয়দ মুস্তাক আলী ট্ৰফীত অভিলেখৰ ওপৰত অভিলেখ গঢ়িছে অসম সন্তানে। মঙ্গলবাৰে অৰ্ধ-শতৰানৰ সহায়ত অসমক মুস্তাক আলী ট্ৰফীৰ...

কেলেংকাৰীৰ গোচৰত বিচাৰাধীন লুই বাৰ্জাৰত অসমত নতুন ঠিকা

কেলেংকাৰীৰ গোচৰত বিচাৰাধীন লুই বাৰ্জাৰত অসমত নতুন ঠিকাকেন্দ্ৰীয় মন্ত্ৰীৰ নীতিন গাডকাৰীৰ ঘোষণাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াচৰকাৰক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰবিজেপি চৰকাৰৰ এই সিদ্ধান্তক অনৈতিক আখ্যাপুৰণি...

লাহোৱালৰ তিতাডিমৰুৰ ফাৰ্মাচীত আজৱ কাণ্ড

ডিব্ৰুগড় লাহোৱালৰ মোহনবাৰী তিতাডিমৰুত এখন আজৱ ধৰণৰ ফাৰ্মাচী আৱিস্কাৰ হৈছে। ফাৰ্মাচীখন খোলা অৱশ্যে প্ৰায় দুবছৰেই হ’ল। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী গোপাল যাদৱ পেচাত এজন আলু বেপাৰী।...

স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি আলফা (স্বাঃ)ৰ শিবিৰলৈ গৈয়ে আছে অসমীয়া যুৱক

ম্যানমাৰৰ শিবিৰত আলফা (স্বাঃ)ৰ সাম্প্ৰতিক অৱস্থা দেখি পলায়নৰ চেষ্টা কৰোঁতে ইজনৰ পিছত সিজন যুৱকৰ হত্যাৰ ঘটনায়ো তলাব পৰা নাই একাংশ যুৱকক। স্বাধীন অসমৰ স্বপ্ন...

Popular