আঞ্চলিক

দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাৰ বাবে দায়ী কোন?

দেৰগাঁৱৰ ফ’ৰলেন পথত মৃত্যুৰ কিৰিলীবনভোজলৈ আহি শিহৰণকাৰী দুৰ্ঘটনাত ১২জনৰ মৃত্যুএকেলগে এখন গাঁৱৰ কেইবাটাও পৰিয়াললৈ নামিল অমানিশা। মৃতদেহ সৎ‍কাৰ কৰিবলৈও কোনোটো পৰিয়ালত নাবাচিল এজনো সদস্য।কিন্তু...

বনভোজলৈ বুলি ওলাইছিল গোলাঘাটৰ বছা-ভৰলুৱাৰ ৪৫ জন

পুৱতি নিশা গোলাঘাটৰ দেৰগাঁও বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলী। গোলাঘাটৰ আঠখেলীয়াৰ সমীপৰ বছা-ভৰলুৱা গাঁৱৰ পৰা বনভোজৰ বাবে যোৱা এখন আলট্ৰা বাছৰ মুখামুখী...

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ‘ছানডাকফু’ লৈ এক্সপ্ল’ৰাৰ্ছৰ ট্ৰেকিং অভিযান

নতুন বছৰত ৰাজ্যৰ প্ৰথমটো পৰ্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে দুঃসাহসিক ক্ৰী়ড়া সংগঠন এক্সপ্ল'ৰাৰ্ছে । দাৰ্জিলিং হিমালয়ৰ ১২,০০০ ফুট উচ্চতাৰ 'ছানডাকফুত সংগঠনৰ ৮ জনীয়া এটা...

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। কটন কলেজৰ সমীপত চাৰিলেনযুক্ত উৰণসেতুৰ শিলান্যাস। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ’ব এই উৰণসেতু। প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ উৰণসেতু নিৰ্মাণত...

গহপুৰৰ এখন বিদ্যালয়ে দেখুৱাইছে আদৰ্শৰ বাট

বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীয়ে নিতৌ পিঠিত কঢ়িয়াই নিয়ে কিতাপৰ বোজা। থাকে মিড টাৰ্ম টেষ্ট, চেছনেল পৰীক্ষা ইত্যাদি ইত্যাদি। তাৰ মাজতে এজন প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত...

Popular