আঞ্চলিক

বটদ্ৰৱাত থানৰ বিষয়ববীয়াই শেষ কৰিলে গুৰুজনাৰ গৰিমা

১০ ফেব্ৰুৱাৰীৰ নাগৰিক সভাত গঠিত ২১ জনীয়া তদন্ত কমিটীয়েই তদন্ত কৰিব বটদ্ৰৱা থানৰ বিত্তীয় খেলিমেলিৰ। থান পৰিচালনা সমিতিৰ কৰ্ম-কাণ্ডই ইতিমধ্যেই শেষ কৰি পেলাইছে মহাপুৰুষ...

এই সপ্তাহতে বলৱৎ হ’ব সংশোধিত নাগৰিকত্ব আইন

বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতো সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই সপ্তাহৰ পৰাই দেশজুৰি আনুষ্ঠানিকভাৱে বলৱৎ হ’ব CAA। গৃহ...

ৰঙাঘৰেই হ’ব সুদখোৰৰ শেষ আশ্ৰয়

সাৱধান সুদখোৰ!সুদখোৰক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰৰঙাঘৰেই হ’ব সুদখোৰৰ শেষ আশ্ৰয়অধিক তীব্ৰতৰ হ’ব সুদখোৰ বিৰোধী অভিযানচৰকাৰৰ পদক্ষেপক প্ৰশংসা বদৰুদ্দিন আজমলৰো ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত অসম আৰক্ষীৰ অপাৰেশ্যন সুদখোৰ।...

আকাশখনৰ যেন ঠেহ ভাঙিল, কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই এই চহৰলৈ নামি আহিল বৰষুণজাক

এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণ আহক এই চহৰলৈ। কিয়নো এজাক বৰষুণেহে শুকান বতৰ,...

অসমত বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানে অধিক গতি লাভ কৰিছে

বাল্যবিবাহৰ বিৰুদ্ধে দৃষ্টান্তমূলক আৰু অভূতপূৰ্ব যুঁজ আৰম্ভ কৰা অসম চৰকাৰে সামাজিক ভাবুকিৰ বিৰুদ্ধে নিজৰ স্থিতি আৰু অধিক চোকা কৰি আজি গুৱাহাটীত একেটা বিষয়তে ৰাজ্যিক...

Popular