কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সৰ্বাধিক ৰাজহ সংগ্ৰহত অভিলেখ

0 502

২০২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ।

সৰ্বাধিক ৪৭০কোটি, ১০লাখ, ৬ হাজাৰ, ৪৩ (৪৭০,১০,০৬,০৪৩)টকা সংগ্ৰহ

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ ২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল ৩৬৪ কোটি,৯৪ লাখ,৫০ হাজাৰ,৮৬৯ টকা

বিগত বৰ্ষতকৈ প্ৰায় ১০৬ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে।

ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে জিলাখনত অভিলেখ হাৰত কৰ সংগ্ৰহ হোৱা বুলি মন্তব্য কৰি প্ৰতিজন যান-বাহনৰ মালিকক ধন্যবাদ জ্ঞাপন কৰে উপ-পৰিবহন আয়ুক্ত গৌতম দাসে।

Leave A Reply

Your email address will not be published.