ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা

২০২৩ বৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ৩,২৯৮ গৰাকী

৭,৪৩২টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ৫৯১০

এটা বছৰত জৰিমনা সংগ্ৰহ কৰিছে নগদ ১০৬কোটি ৮৫লাখ ৭৫হাজাৰ ৫০২টকা

ই-চালানৰ জৰিয়তে এটা বছৰত জৰিমনা সংগ্ৰহ ৯৫ কোটি ২ লাখ ৬৭ হাজাৰ ৫০০টকা

২০২৪ৰ ফেব্ৰুৱাৰী মাহত ৬২১টা পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিছে ৩০০ গৰাকীয়ে

২০২৪ বৰ্ষৰ এই মুহূৰ্তলৈ আঘাতপ্ৰাপ্ত হৈছে ৫০৭ গৰাকী

চলিত বৰ্ষৰ মাৰ্চ মাহত জৰিমনা সংগ্ৰহ ২ কোটি ৭ লাখ ৪০০

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...

বিশ্বকাপ ফুটবল ২০২৬ৰ এক সংঘাত আৰু FIFAৰ কঠোৰ সিদ্ধান্ত

২০২৬ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ...

RSSৰ বিৰুদ্ধে আমেৰিকান সংস্থাৰ নিষেধাজ্ঞাৰ আহ্বান, তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

RSSৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ USCIRFৰ আহ্বান নাকচ ভাৰতৰ| ৰাষ্ট্ৰীয় স্বয়ংসেৱক...

শ্বিলঙৰ পেট্ৰ’ল পাম্পত হাহাকাৰ, অসমে ইন্ধনৰ যোগান বন্ধ কৰাৰ ভাবুকি

অসম আৰু মেঘালয়ৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে শুকুৰবাৰে...