আঞ্চলিক

চান আলী মিঞা নে মনোৱাৰ হুছেইন, কোনে মাৰিব শেষ হাঁহি?

বিধানসভা, লোকসভাৰ নিৰ্বাচন নহয় এইবাৰ পঞ্চায়তৰহে উপ নিৰ্বাচন। পঞ্চায়তৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল গোৱালপাৰা পশ্চিম সমষ্টি । সমষ্টিটোৰ অন্তৰ্গত ২৭নং আমবাৰী গাঁও পঞ্চায়তত...

অসমত হোৱা নাই অমিক্ৰনৰ সংক্ৰমণ

অসমত ধৰা পৰা নাই অমিক্ৰনৰ সংক্ৰমণতেজপুৰৰ এক ভুৱা খবৰক লৈ ৰাজ্যজুৰি চাঞ্চল্যচৌদি আৰৱৰ পৰা অহা লোকজন আক্ৰান্ত ক’ভিডতক’ভিডত আক্ৰান্ত হোৱাৰ খবৰকে অমিক্ৰণত আক্ৰান্ত হোৱা...

অচিৰেই স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম

মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি জনতা ভৱনত বিশ্ববিদ্যালয়খনৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। পৰিষদৰ...

আগন্তুক বৰ্ষত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি জনতা ভৱনস্থিতি মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত...

জোতা-চেণ্ডেলৰ দোকানত চলাই আহিছিল ড্ৰাগছৰ বেহা। ১,২৫০টা টেবলেটসহ জালত মুক্তাদুৰ ৰহমান

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হাটশিঙিমাৰীত ১,২৫০টা ডব্লিউ ৱাই 37 নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰিছে এজনক। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাটত আৰক্ষীয়ে অভিযান...

Popular