আঞ্চলিক

বৰপথাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি, অভিযুক্তক আদালতলৈ নিয়াৰ পূৰ্বে উত্তম-মধ্যম লাংঠা গাঁৱৰ ৰাইজৰ

বৰপথাৰত এগৰাকী বৃদ্ধা মহিলাৰ ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বৰপথাৰ আৰক্ষী থানাৰ চৌহদ। ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবীত থানা ঘেৰাও কৰি...

জোনাইত পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা ৩ কণমানি; জৰাজীৰ্ণ পঁজাত অনিশ্চিত ভৱিষ্যৎ

জোনাইৰ ৰাজাখানা গাঁৱৰ এক্স আৰ্মী গাঁৱত পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ঘটনা। তিনি বছৰ পূৰ্বে মাতৃক হেৰুওৱা ৩টা কণমানি শিশুৱে শেহতীয়াকৈ এসপ্তাহ পূৰ্বে পিতৃকো হেৰুওৱাত...

বকলীয়াঘাটত অমানৱীয় কাণ্ড! ২৪টা কুকুৰৰ মুখ-ভৰি বান্ধি ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা

বকলীয়াঘাটত কুকুৰৰ প্ৰতি অমানৱীয় আচৰণৰ ঘটনা পোহৰলৈ আহিছে। মুখ আৰু ভৰি নিৰ্মমভাৱে বান্ধি ২৪টা কুকুৰ ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বিশেষ...

নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী চাফাৰী

শীঘ্ৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ব হাতী চাফাৰী। নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা মুকলি হ’ব হাতী চাফাৰি। চাফাৰীৰ পূৰ্বে বাগৰী বনাঞ্চলত ব্যক্তিগত হাতীসমূহৰ...

ওলায়ে আছে গুৱাহাটীৰ ঘাতক ঘনকান্তৰ অপৰাধৰ আখ্যান, ধুৰন্ধৰ ঠগ–প্ৰৱঞ্চক বুলি কুখ্যাতি আছে ঘনকান্ত গগৈৰ; পূৰ্বৰ পত্নী-কন্যাক এৰি নাগালেণ্ডত দ্বিতীয় বিবাহৰ অভিযোগ ঘনকান্তৰ বিৰুদ্ধে

গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ অতীতৰ বিভিন্ন অভিযোগক লৈ পোহৰলৈ আহিছে নতুন তথ্য। ঘনকান্তৰ বিৰুদ্ধে পূৰ্বেও একাধিক অপৰাধজনিত ঘটনা আৰু প্ৰৱঞ্চনাৰ অভিযোগত...

Popular