নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী চাফাৰী

শীঘ্ৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী চাফাৰী। নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা মুকলি হ’ব হাতী চাফাৰি। চাফাৰীৰ পূৰ্বে বাগৰী বনাঞ্চলত ব্যক্তিগত হাতীসমূহৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে অনা হৈছে প্ৰায় ৪০টা হাতী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনা হৈছে হাতীকেইটা। স্বাস্থ্য পৰীক্ষাৰ অন্তত অধিকাংশ হাতী সুস্থ বুলি জনাইছে পশু চিকিৎসকে। স্বাস্থ্য পৰীক্ষাৰ লগতে হাতীসমূহৰ যাৱতীয় তথ্য-পাতিৰো পৰীক্ষা কৰা হ’ব। স্মৰ্তব্য যে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে চাফাৰী কৰিব পাৰিব। আনহাতে বিভাগীয় হাতীৰে চাফাৰী হব কঁহৰা বনাঞ্চলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বকলীয়াঘাটত অমানৱীয় কাণ্ড! ২৪টা কুকুৰৰ মুখ-ভৰি বান্ধি ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা

বকলীয়াঘাটত কুকুৰৰ প্ৰতি অমানৱীয় আচৰণৰ ঘটনা পোহৰলৈ আহিছে। মুখ...