আঞ্চলিক

বৰ্ষাপাৰাত খেলৰ মাজতে ওলাল প্ৰকাণ্ড সাপ

বৰ্ষাপাৰাত খেলৰ মাজতে অথন্তৰ। অথন্তৰৰ বাবে দুবাৰকৈ বন্ধ ৰাখিবলগীয়া হ’ল খেল। প্ৰথমে টীম ইণ্ডিয়াৰ বেটিঙৰ সময়ত খেলপথাৰত ওলাল প্ৰকাণ্ড সাপ। খেল চলি থাকোঁতে হঠাৎ...

পূজাৰ বতৰতে বিজেপিয়ে দলীয় কৰ্মকৰ্তালৈ লৈ আহিছে সুখবৰ

২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণকিয় নতুন বাহনেৰে ভৰিছে নৱনিৰ্মিত কাৰ্যালয়টো?পূজাৰ বতৰতে বিজেপিয়ে দলীয় কৰ্মকৰ্তালৈ লৈ আহিছে সুখবৰপ্ৰতিখন জিলাত প্ৰদান কৰিব একোখনলৈ বলেৰ’ বাহনপ্ৰতিটো...

তেজপাতৰ উপকাৰিতাৰ বিষয়ে জানেনে?

সচৰাচৰ আমি তেজপাত বিভিন্ন খোৱা সামগ্ৰীত মচলা হিচাপে ব্যৱহাৰ কৰো। কিন্তু আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে? তেজপাতৰ আছে বহু ঔষধী গুণ। তেজপাতৰ তৰকাৰীৰ লগত...

চাৰিবছৰ প্ৰেমৰ নাটক কৰি ৰাম ঠগন দিলে প্ৰেমিকাক

এবছৰ দুবছৰ নহয়,সুদীৰ্ঘ চাৰিবছৰ প্ৰেমৰ নাটক কৰি ৰাম ঠগন দিলে প্ৰেমিকাক। কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰাত সংঘটিত হৈছে এই ঘটনা। পৰস্ত্ৰীৰে প্ৰেম কৰি দুটাকৈ সংসাৰ ভাঙিলে...

১ অক্টোবৰৰ পৰা পাৰ্কিঙৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

দুৰ্গা পূজাৰ সময়ত হোৱা জনসমাগমৰ বৃদ্ধি আৰু যানজঁটৰৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিয়ম প্ৰশাসনৰ। যোৰহাট নগৰত ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈকে গাড়ী পাৰ্কিঙৰ...

Popular