১ অক্টোবৰৰ পৰা পাৰ্কিঙৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

দুৰ্গা পূজাৰ সময়ত হোৱা জনসমাগমৰ বৃদ্ধি আৰু যানজঁটৰৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিয়ম প্ৰশাসনৰ। যোৰহাট নগৰত ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈকে গাড়ী পাৰ্কিঙৰ বাবে নিদিষ্ট স্থান নিৰ্ধাৰণ কৰা হৈছে ৷

সেই অনুসৰি যোৰহাট কোৰ্ট ফিল্ড, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু গান্ধী পাৰ্কৰ সমীপৰ যোৰহাট ষ্টেডিয়াম কেম্পাচত সকলোকে নিজ নিজ ব্যক্তিগত বাহনসমূহ ৰাখিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...