আঞ্চলিক

ভূটানৰ পানীয়ে ভাগ্য মুকলি কৰিলে একাংশ মাছমৰীয়াৰ! পুৱাতে তামাৰহাটৰ গংগাধৰ নৈ, গোসাঁইগাঁৱত সোণকোষ নৈত মাছৰ উজান

ভূটানৰ পৰা নামি অহা পানীৰ ধলৰ মাজতে এইবাৰ ভাগ্য মুকলি হ’ল নামনি অসমৰ একাংশ নৈপৰীয়া লোকৰ। নদীৰ পানীৰ সৈতে উজাই অহা মাছৰ উজানে তামাৰহাট...

অবুজ জীৱৰ বুকুতো থাকে মাতৃৰ অসীম মৰম; ৰাজপথত মাতৃস্নেহৰ কৰুণ ছবি! বাহনৰ খুন্দাত মৃত্যু কুকুৰ পোৱালীক মুখেৰে কঢ়িয়াই নিৰাপদ স্থানলৈ নিলে মাতৃয়ে

তামাৰহাটৰ ৰাজপথত দেখা গ’ল এক হৃদয়বিদাৰক দৃশ্য। যি দৃশ্যই আৱেগিক কৰি তুলিব যিকোনো হৃদয়বান লোকক। ১২৭(বি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ তামাৰহাট বজাৰৰ সমীপত এখন বাহনৰ...

ঘনকান্ত গগৈৰ পইণ্ট ৩২ পিষ্টলৰ অনুজ্ঞাপত্ৰক লৈ ৰহস্য; ঘনকান্তৰ পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ

ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা পইণ্ট ৩২ পিষ্টলটোৰ অনুজ্ঞাপত্ৰক লৈ সৃষ্টি হৈছে নতুন ৰহস্যৰ। ঘনকান্তৰ পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল All India Validity (AIV) অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ৰ।...

পুনৰ বহিৰাগতৰ প্ৰবঞ্চনাৰ বলি অসমীয়া ব্যৱসায়ী, শিল্প সমাগম মেলাক কেন্দ্ৰ কৰি প্ৰবঞ্চনাৰ অভিযোগ, বিপাঙত ১৫গৰাকী অসমীয়া উদ্যোগী

খানাপাৰাত অনুষ্ঠিত মেলাৰ কামৰ নামত ধন সংগ্ৰহ কৰি প্ৰবঞ্চনাৰ অভিযোগ দিল্লীৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে, দিছপুৰ থানাৰ কাষ চাপিল ভুক্তভোগীসকল। পুনৰ প্ৰবঞ্চনাৰ অভিযোগত বিপাঙত পৰিছে ১৫গৰাকী অসমীয়া...

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক লৈ নতুন উদ্বেগৰ সৃষ্টি হৈছে। চীনৰ গৱেষকসকলে সকীয়াই দিছে যে এই শতিকাৰ পৰৱৰ্তী সময়ছোৱাত ব্ৰহ্মপুত্ৰ...

Popular