আঞ্চলিক

বটদ্ৰৱাৰ বুলড’জাৰকাণ্ডক লৈ বিপদত অসম চৰকাৰ

বটদ্ৰৱা কাণ্ডক লৈ পুনৰ জোকাৰণি দিছপুৰত। এইবাৰ জোকাৰণি বৰভূঁইকপৰ। বটদ্ৰৱা থানাত লগা জুয়ে উত্তপ্ত কৰি তুলিছিল ৰাজ্য। সেই জুইত ঘিউ ঢালি একাংশই কৰিব বিচৰা...

ঢেকিয়াজুলিৰ কিশোৰী নিগ্ৰহৰ ঘটনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

মানৱ সমাজক লজ্জানত কৰা এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ : সিংহল ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ...

মহানগৰীৰ বিভিন্ন কৃত্ৰিম বানাক্ৰান্ত এলেকা পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ৰুক্মিণীগাঁ‌ও অঞ্চলৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিনিধিৰে মন্ত্ৰী সিংহলৰ বিশেষ বৈঠক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জিলা আয়ুক্তৰ...

কামৰূপৰ মদনপুৰ টোলগে’টত উত্তাল প্ৰতিবাদ

ৰাস্তাৰ বাবে যমৰ যাতনা ভুগিছে ৰাইজেটোলটেক্সৰ নামত হাৰাশাস্তি কৰিছে চৰকাৰেৰাস্তা ভাল নোহোৱালৈ টোলটেক্স নিদিওঁকামৰূপৰ মদনপুৰ টোলগে'টত উত্তাল প্ৰতিবাদ জাউৰীয়ে জাউৰীয়ে চৰকাৰবিৰোধী শ্লোগানত উত্তাল মদনপুৰ টোলগেট।...

কাৰ ভুলৰ বাবে বুকু শুদা হ’ল এগৰাকীৰ মাতৃৰ?

দোষ কাৰ? এটি কণমানিৰ অপমৃত্যুদায়ী চিকিৎ‍সক নে পয়ালগা স্বাস্থ্যখণ্ড?কাৰ ভুলৰ বাবে বুকু সুদা হ’ল এগৰাকীৰ মাতৃৰ সৰ্পদংশনত অসুস্থ হৈ পৰা এটি ১০ বছৰীয়া কন্যা শিশুক...

Popular