আঞ্চলিক

ভয়ংকৰ ভূমিকম্পত তচনচ হ’ল মৰক্কো

ভয়ংকৰ ভূমিকম্পত তচনচ হ’ল মৰক্কো। ভূমিকম্পত ৮ শতাধিক লোকৰ মৃত্যু হয়। বহু লোক আহত হৈছে ভূমিকম্পৰ ফলত। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৮। পুৱা হোৱা...

ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আজিৰ পৰাই গঢ়ি তোলক

বৰ্তমান সময়ৰ প্ৰতিগৰাকী লোকেই স্বাস্থ্য সচেতন। স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত প্ৰতিজন লোককে গুৰুত্ব দিয়া দেখা যায়। আপুনিও হয়তো সুস্থ-সবল হৈ থাকিবলৈ বিভিন্ন পন্থা অৱলম্বন...

চিনেমাৰ কায়দাৰে এক নৃশংস হত্যাকাণ্ড

চিনেমাৰ কায়দাৰে এক নৃশংস হত্যাকাণ্ডব্যস্ত ৰাজপথত CRPF জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাহত্যাকাণ্ড সংঘটিত কৰি মটৰচাইকেলত অহা দুই দুৰ্বৃত্তৰ নিৰ্বিঘ্নে পলায়নCCTVত বন্দী CRPF জোৱানজনক...

হাইলাকান্দি জিলাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

বৰাক উপত্যকাৰ বিকাশত নতুন মাত্রা সংযোজনেৰে কাছাৰ আৰু হাইলাকান্দি জিলাত ৭৬৭ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে জল...

বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই আত্মগোপন ASP শুভলক্ষ্মী দত্তৰ

বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই আত্মগোপন ASP শুভলক্ষ্মী দত্তৰ। অভিযান চলায়ো আৰক্ষীয়ে সূংশুত্ৰ উলিয়াব পৰা নাই শুভলক্ষ্মীৰ। বুধবাৰে নাজিৰাৰ ২২খন চাহ বাগিচাত উত্তাল প্ৰতিবাদ।...

Popular