মহানগৰীৰ হোটেলত জঘন্য ঘটনা

মহানগৰীৰ হোটেলত জঘন্য ঘটনা। ফুৰাবলৈ নি যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে ২ যুৱকে। ৰাজগড়ৰ ৰশ্মি হোটেলৰ কোঠাত সংঘটিত হৈছে এই ঘটনা। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ ২ যুৱকক। ধৃত ২ ধৰ্ষণকাৰী চন্দন মহন্ত আৰু ৰোহন আলী। ABCৰ গ্রিল জাংচন হোটেলৰ এজন স্বত্বাধিকাৰী আন এজন কৰ্মচাৰী। ২৫ ফেব্ৰুৱাৰীৰ নিশা ফুৰাবলৈ নিছিল যুৱতীগৰাকীক। এখন ৰেষ্টুৰেণ্টত ২ যুৱকক লগ পাইছিল কাৰ্বি আংলঙৰ যুৱতীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...