মহানগৰীৰ চলন্ত গ্ৰীণ বাছত চোৰৰ সন্ত্ৰাস

মহানগৰীৰ চলন্ত গ্ৰীণ বাছত চোৰৰ সন্ত্ৰাস। চোৰে লৈ গ’ল যুৱতীৰ মোবাইল। পল্টনবজাৰৰ পৰা গণেশগুৰিলৈ গৈ আছিল যুৱতীগৰাকী। সেই সময়তে সংঘটিত হয় চুৰিকাণ্ড। ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত এজাহাৰ যুৱতীগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত উজলিল ভাৰতৰ ৩ কন্যা; শ্বটিঙৰ জৰিয়তে ২ টাকৈ পদক জয়

শনিবাৰে, ১৯ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এছিয়ান গেমছ...

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই ।...

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...