দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী
৮ মাৰ্চত কাজিৰঙাত নিশা কটাব প্ৰধানমন্ত্ৰীয়ে
কঁহৰাস্থিত আৰক্ষী অতিথিশালাত প্ৰধানমন্ত্ৰীয়ে কটাব নিশাটো
৯ মাৰ্চৰ পুৱা কঁহৰা বনাঞ্চল দৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
কাজিৰঙাৰ পৰা পোনে পোনে যোৰহাটলৈ যাব প্ৰধানমন্ত্ৰী
যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি কৰিব উন্মোচন
যোৰহাটত এক বিশাল জনসভাও সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
বিয়লি যোৰহাটৰ পৰা দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী মোদীয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...