বিদ্যুৎ চুৰি সন্দৰ্ভত কি ক’লে শক্তি মন্ত্ৰী বিমল বৰাই

গুৱাহাটী, ১০ জুন, NKTV:বিজুলী ভৱনত শক্তি মন্ত্ৰী বিমল বৰাৰ সংবাদমেলৰ আয়োজন
এই সংবাদমেলখনত প্ৰধান্য পোৱা বিষয় কেইটাঃ

  • বিদ্যুৎ চুৰি ৰোধ কৰাৰ ক্ষেত্ৰত – APDCL,AEGCL,APGCL – এই তিনিওটা কোম্পানীৰ বিশেষ পদক্ষেপ
  • বিভাগৰ দুটা SKUADএ অভিযান চলায়
  • বৰাগাওঁৰ দুটাকৈ ফেক্টৰীত বিদ্যুত চুৰিৰ ঘটনা ধৰা পেলাইছে
  • গোচৰ ৰুজু কৰা হৈছে উদ্যোগ দুটাৰ বিৰুদ্ধে
  • উদ্যোগ দুটাই ৰিম’ৰ্টৰ জৰিয়তে বিদ্যুৎ চুৰি কৰি আছিল
  • “ইজি পে” নামৰ এপৰ যোগেদি বিদ্যুৎৰ মাছুল দিব পাৰিব গ্ৰাহকে
  • এজেন্সিয়ে 3 % কৈ পাব কমিছন
  • বিদ্যুৎ চুৰি কৰি অহাৰ বাবে APDCLযথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে
  • বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে এইবাৰ তৎপৰ বিদ্যুৎ বিভাগৰ তিনিওটা কোম্পানী
  • এইক্ষেত্ৰত বিদ্যুৎ বিভাগৰ সংস্কাৰৰ প্ৰয়োজন আছে
  • ৫বছৰৰ পিছত যেতিয়া তিনিওটা কোম্পানীয়ে লাভৰ মুখ দেখিব তেতিয়া আমি একোলগে বিষয়াসকলৰ সৈতে ফটো উঠিম
  • বিদ্যুৎ চুৰি ৰোধিবলৈ কঠোৰ আইন প্ৰণয়ন কৰা হ’ব বিধান সভাত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...