ৰাজনীতি

মুখ্যমন্ত্ৰীক অসমীয়াৰ পক্ষত থাকিবলৈ আহ্বান দল–সংগঠনৰ

শিৱসাগৰৰ পাছত তিনিচুকীয়া ছিপাঝাৰতো অকল্পনীয়, অনাকাংক্ষিত ঘটনা ঘটিল। বহিৰাগতৰ আক্ৰমণৰ বলি হ’ল খিলঞ্জীয়া অসমীয়া। এই ঘটনা প্ৰৱাহৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ...

বিধানসভাত দাখিল ভূমি ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় বিধেয়ক

বিধেয়কখন উত্থাপনত তীব্ৰ আপত্তি দৰ্শালে বিৰোধীয়েসভাস্থলিত প্ৰস্তাৱ উত্থাপন AIUDFৰ, কংগ্ৰেছৰো প্ৰতিবাদবিধেয়ক উত্থাপনৰ পিছতে সদন ত্যাগ কৰিলে কংগ্ৰেছ-AIUDFএ অসমত ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি–নিৰ্দেশনা প্ৰৱৰ্তন...

নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ডত ‘অপাৰেচন পদ্ম’

৬জন বিধায়কক লৈ দিল্লী যাত্ৰী চম্পাই ছোৰেনৰচম্পাই ছোৰেনৰ স্থিতিক লৈ তোলপাৰ ঝাৰখণ্ডৰ ৰাজনীতি বৰ্তমানলৈ দিন ঘোষণা হোৱা নাই যদিও ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে...

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

নিৰ্বাচন ঘোষণাৰ পিছতে গৰম জম্ম-কাশ্মীৰৰ ৰাজনীতিনেচনেল কনফাৰেন্সৰ নিৰ্বাচনী ইছ্যু ‘৩৭০’বিধানসভাত প্ৰস্তাৱ ল’ব ‘৩৭০’ বাতিলৰ বিৰুদ্ধে ২০১৪ চনৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা জম্মু-কাশ্মীৰত এতিয়া বলিছে...

গুৱাহাটীত চৰ্চাত দুটা নতুন শব্দ- প্ৰ’টেক জেহাদ

গুৱাহাটীত শুকুৰবাৰৰ পৰা চৰ্চালৈ আহিছে দুটা নতুন শব্দ। প্ৰটে’ক জেহাদ। বিগত কেইবাটাও বছৰত গুৱাহাটীৰ বিভিন্ন স্থানত চৰকাৰী নীতি-নিয়ম উলংঘা কৰি, পিতনি পুতি গঢ়ি উঠিছে...

Popular