ৰাজনীতি

ৱাইন শ্বপৰ লাইচেঞ্চ দিম বুলি কৈ দুগৰাকী মহিলাৰ পৰা সৰকালে ১২ লাখ

পাঠশালাত এজন লোকক জবাবদিহি কৰিলে দুগৰাকী মহিলাই। নিশা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত দুগৰাকী মহিলাৰ পৰা মুঠ ১২ লাখ টকা...

এতিয়া আৰু সচিবালয়ৰ কামত গুৱাহাটীলৈ ঢাপলি মেলিব নালাগে

ডিব্ৰুগড়ৰ বৃহৎ পৰিসৰৰ অঞ্চলটোৰ সা-সমস্যা আৰু সৰ্বাংগীণ উন্নয়ণৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ২০২৩ চনৰ ৩০ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত অসম কেবিনেট বৈঠকত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়...

ত্ৰিপুৰা চৰকাৰলৈ অসম চৰকাৰৰ ৫ কোটি টকাৰ আৰ্থিক অনুদান

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ...

মিঞা-অসমীয়াক লৈ উত্তাল হৈ পৰিল বিধানসভা

মঙলবাৰৰ দিনটোত হিন্দু-মুছলমান। মিঞা-অসমীয়াক লৈ উত্তাল হৈ পৰিল বিধানসভা। মিঞা প্ৰসংগত বিৰোধীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিয় নামনিৰ মিঞা মুছলমান...

৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৩ দিনীয়া কাৰ্যসূচীৰে বৰাকত মুখ্যমন্ত্ৰী

‘ভাৰত নিৰপেক্ষ নহয়’‘শান্তি যি দিশে, আমিও সেই দিশে’যুদ্ধবিধ্বস্ত ইফক্ৰেইনৰ মাটিত থিয় হৈ বিশ্ববাসীক শান্তিৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ ৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী...

Popular