গৰ্ভৱতী মহিলাৰ বাবে ২১ হাজাৰ টকাৰ সাহায্য

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আন আন দল সমূহৰ লগতে বিজেপিয়েও গ্রহণ কৰিছে নির্বাচনী তৎপৰতা। দলটো ক্ষমতালৈ আহিলে গৰ্ভৱতী মহিলাৰ বাবে ২১ হাজাৰ টকা, মহিলা ভোটাৰক প্ৰতিমাহে ২৫০০ টকা, এল পি জি চিলিণ্ডাৰৰ বাবে ৫০০ টকাৰ ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ ‘সংকল্প পত্ৰ’ মুকলি কৰি বিজেপিৰ সভাপতি জে পি নড্ডাই আয়ুষ্মান ভাৰতৰ অধীনত ৫ লাখ টকাৰ অতিৰিক্ত কভাৰৰ কথাও ঘোষণা কৰে – সাধাৰণতে কেন্দ্ৰৰ বীমা আঁচনিৰ অধীনত প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত ৫ লাখ টকাৰ স্বাস্থ্য কভাৰ প্ৰদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...