ৰাজনীতি

মালা পিন্ধোৱাৰ চলেৰে কানহায়াক চৰ মাৰে এজন যুৱকে

প্ৰচাৰৰ মাজতে আক্ৰান্ত কানহায়া কুমাৰBJP প্ৰাৰ্থী মনোজ তিৱাৰীৰ ঘনিষ্ঠই চৰিয়ালে কানহায়াক! উত্তৰ দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে মালা পিন্ধোৱাৰ চলেৰে কানহায়াক...

৪০০ পাৰ কৰিলে কি কি কৰিব মোদী চৰকাৰে?

বহিঃৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ অনুপ্ৰৱেশকাৰীৰ সমস্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডৰ ৰাছীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে দাবী...

ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ

‘হিন্দু সমাজক ন্যায় দিলে CAAই’ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰপ্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মাজতে মুখ্যমন্ত্ৰীৰ মুখত পুনৰ CAAৰ...

প্রাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাজ্যৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন মন্ত্রী তথা বিশিষ্ট ৰাজনীতিক থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্রী...

‘মা, মাটি আৰু মানুহ’ৰ শ্ল’গান দি ক্ষমতালৈ আহিছিল মমতা’

ৰাজ্যই ৰাজ্যই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিভিন্ন দলৰ শীৰ্ষ নেতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহলৈকে, ৰাহুল গান্ধীৰ পৰা প্ৰিয়ংকা গান্ধীলৈকে সকলো ব্যস্ত নিৰ্বাচনী...

Popular