Browsing Category

ৰাজনীতি

জয়ৰ বাবে কঠিন কোনো এটা সমষ্টি অগপক এৰি দিয়াৰ পৰিকল্পনা বিজেপিৰ

দুই মিত্ৰদল অগপ আৰু UPPLক এখনকৈ আসন এৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত ১২খন আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মঙলবাৰে

গুজৰাটত অনুষ্ঠিত আইন মন্ত্ৰীসকলৰ সন্মিলনত অসমৰ আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

গুজৰাটৰ টেন্ট চিটি নৰ্মদা-একতা নগৰত অনুষ্ঠিত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ আইন মন্ত্ৰী আৰু সচিব সকলৰ

বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিৱেশন কৰিলে স্বৰচিত গীত

মৰিগাঁও দিৱসত নিজৰ স্বৰচিত গীত পৰিৱেশন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। এইবাৰ গায়কৰ ৰূপত মৰিগাঁৱৰ বিজেপি বিধায়কজন। নিশা হাজাৰ হাজাৰ

দিল্লীৰ বাবে অন্য এক সামৰিক আৰু কূটনৈতিক প্ৰত্যাহ্বান

শেহতীয়া বিশ্ব পৰিস্থিতিৰ সুযোগ লৈ ভাৰতৰ চিৰশত্ৰু পাকিস্তানে নীৰৱে গঢ়ি তুলিছে আন এক ভাৰতবিদ্বেষী জোঁটবন্ধন। দুই মুছলিম ৰাষ্ট্ৰ

কংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদ হ’ব বিজেপিৰ কাৰ্যালয়

মন্ত্ৰীৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাইবিজেপিক ভূপেন বৰাৰ পুনৰ হুংকাৰকংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদ হ’ব বিজেপিৰ কাৰ্যালয়আটকধুনীয়া