জুবিন গাৰ্গেহে আমাক ৰক্ষা কৰিব পাৰিব, ঘৰ-বাৰী হেৰুৱাই কান্দিছে মাইজানবাসীয়ে!

‘জুবিন গাৰ্গেহে আমাক ৰক্ষা কৰিব পাৰিব’

‘জুবিন গাৰ্গ মোৰ ভগৱান শ্ৰীবিষ্ণু’ জুবিন গাৰ্গক

ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ আহ্বান এজন অনুৰাগীৰ

মাইজানৰ ভয়াৱহ খহনীয়াৰ বিৰুদ্ধে প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা নোলোৱাত ক্ষোভ সাধাৰণ ৰাইজৰ। ঘৰ-বাৰী হেৰুৱাই বহুজনে মথাউৰিতে আশ্ৰয় লব লগা হৈছে। এইদৰে ভয়াৱহ খহনীয়া অব্যাহত থাকিলে ডিব্ৰুগড় চহৰ, বিমান বন্দৰ আৰু অসম চিকিত্সা মহাবিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিব। বাৰম্বাৰ প্ৰশাসনক আহ্বান জনোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত জুবিন গাৰ্গক সহায়ৰ আহ্বান অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...