আন এখন ছুপাৰহিট ছবিৰ কেৱল অপেক্ষা, যতীন বৰাৰ ‘ৰাঘৱ’ চাবলৈ আপুনি সাজুনে?

ক’ভিডসৃষ্ট পৰিৱেশ স্বাভাৱিক হোৱাৰ পিছত ছবিগৃহলৈ আহিছে এখনৰ পিছত আন এখন অসমীয়া ছবি। প্ৰায় প্ৰতিটো সপ্তাহতে ছবিগৃহলৈ আহিছে অসমীয়া ছবি।

আনহাতে জনপ্ৰিয় অভিনেতা–পৰিচালক যতীন বৰাই মহুৰৎ সম্পন্ন কৰিলে JB প্ৰডাকশ্যনৰ দ্বিতীয়খন ছবি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...