অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নাই কিয়?

খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে GMC-এ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহক লৈ কঠোৰ GMC। কিন্তু মহানগৰীৰ ব্যক্তিগত নাৰ্ছিংহোমৰ জালিয়াতিক লৈ নিমাত। মহানগৰীৰ একাংশ ব্যক্তিগত নাৰ্ছিংহোমৰ বৃহৎ জালিয়াতি। মহানগৰীৰ ৬১খন নাৰ্ছিংহোমৰ অধিকাংশৰে নাই বৈধ নথি । GMC আৰু GMDAৰ অধীনৰ মাত্ৰ ১১খন নাৰ্ছিংহোমৰহে আছে নথি। ৫০খন নাৰ্ছিংহোমেই নিৰ্মিত হৈছে নথি-পত্ৰ জালিয়াতি।

https://youtu.be/8PvoJ0VLG9w

ভুৱা নথিৰে নিৰ্মাণ দিছপুৰ পলিক্লিনিক নাৰ্ছিংহোম! চৰকাৰী ভূমিত নিৰ্মাণ এক্সেল, ছানভেলী নাৰ্ছিংহোম। ডাউন টাউন হাস্পতালৰ অনুমতি এখন দোকানঘৰৰ নামত। বিস্ফোৰক দাবী RTI কৰ্মী দিলীপ নাথৰ। অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নাই কিয়? ৰাজধানীৰ অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক প্ৰত্যাহ্বান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...