অসমৰ পৰা যোৱা তীৰ্থযাত্ৰীৰ লগত কোনে কৰিলে এনে কাম?

অসমৰ পৰা যোৱা তীৰ্থযাত্ৰীৰ বাছত আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত মহিলা, শিশুসহ বহুকেইজন আহত। কোচবিহাৰৰ মেখলিগঞ্জ-চেঙেৰাবান্ধা বাইপাছত এই ঘটনা। হলদিবাৰীৰ হুজুৰ চাহেব মেলাত অংশ ল’বৰ বাবে গৈছিল দলটো। সোমবাৰে নিশা এখন বলেৰ’ৰ সৈতে সামান্যভাৱে খুন্দা লাগে বাছখন। ইয়াৰ পিছতে একাংশ লোকে অসমৰ পৰা যোৱা দলটোক আক্ৰমণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...