কাছাৰত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল এজনৰ

কাছাৰৰ উধাৰবন্ধত শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল এজনৰ। মৃত লোকজন কাছাৰৰ দৰগাকোনাৰ জিন্টু দাস। বিদ্যুৎৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় শ্ৰমিকজনৰ। অসম ইলেকট্রিক এজেন্সিৰ এজন অস্থায়ী কৰ্মী আছিল মৃত জিন্টু দাস।

উধাৰবন্ধ বিদ্যুত বিভাগৰ গাফিলতিৰ এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...